অইলঅইল ক্লথ

অইল ইণ্ডিয়া (Assamese) [ Roman: oil in.di.ya]
Contributed by: Bikram M Baruah on 2011-10-18
1. Organizations(Proper Noun-Neuter) a government sector Navaratna company dedicated to exploring and marketing petroleum products with major operations in upper Assam. খাৰুৱা তেল আহৰণ আৰু বিপণনৰ দায়িত্বত থকা এটা চৰকাৰী খণ্ডৰ নৱৰত্ন কোম্পানী৷ তেওঁলোকৰ অধিকাংশ তৈলক্ষেত্ৰ উজনি অসমত৷
English: oil, Oil India, Oil India Limited,
Assamese: অইল, অইল ইণ্ডিয়া, ভাৰতীয় তেল নিগম

Example Sentences:

1. ল'ৰাজনে অইল ইণ্ডিয়া কোম্পানীত চাকৰি কৰে।